পৰাগপৰাগ নলী

পৰাগ নলিকা (Assamese) [ Roman: po.rag no.li.ka]
Contributed by: Probodh Borah (প্ৰবোধ বৰা) on 2011-01-15
1. Botany(Material Noun-Neuter) a hollow tubular outgrowth that develops from a pollen grain after pollination, grows down the style to the ovule, and conveys male gametes to the egg cell পৰাগ-যোগৰ পিছত অংকুৰণৰ সময়ত পৰাগৰেণুৰ অন্তস্তক বহিস্তকত থকা ৰন্ধ্ৰই দি যি নলিকাৰ আকাৰে ওলাই আহি গৰ্ভদণ্ডৰ মাজেদি সোমাই যায়